active transportactivist

active voice (English) [ IPA: ˈæktɪv ˈvɔɪs ASM: একটিভ ভইচ]
Contributed by: Partha P Sarmah on 2008-08-12
1. (Abstract Noun) (in a sentence) the form of the verb which shows that the subject of the sentence performs the action. e.g. The editors edited the submissions. Her husband bought her a new watch. বাক্যত যদিহে কৰ্তাই কিবা কাম সম্পাদন কৰিছে,বা কৰ্মতকৈ কৰ্তাৰ গুৰুত্ব অধিক, তাক দেখুৱাই ক্ৰিয়াপদে লোৱা এটা ৰূপ৷ যেনেঃ মানুহজনে তেওঁৰ পত্নীৰ বাবে এখন ধুনীয়া, দামী শাৰী কিনিলে৷ তেওঁলোকে আমাক কিতাপ এখন দিলে৷